September 25, 2024 12:20 PM September 25, 2024 12:20 PM
8
জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ
জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ২৬ টা সমষ্টি সামৰি লোৱা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণৰ সন্ধিয়া ৬ বজাত সমাপ্তি ঘটিব। সর্বাধিক সংখ্যক লোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। নিকা, নিৰপেক্ষ আৰু মসৃণ ভোটগ্রহণ নিশ্চিত কৰিবলৈ নগৰ অঞ্চলত এহেজাৰ ৫৬ টা আৰু গাঁও অঞ্চলত দুহেজাৰ চাৰিশ ৪৬ টা ধৰি মুঠ তিনিহেজাৰ পাঁচশ ২ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। আটাইবোৰ কেন্দ্ৰতে ৱেব...