May 27, 2024 6:27 PM

views 21

নিৰ্বাচনৰ সময়ত জম্মু কাশ্মীৰত সুৰাজাতীয় সামগ্ৰীকে ধৰি ৯৫ কোটিৰ অধিক নগদ টকা জব্দ

নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে জম্মু কাশ্মীৰত নিৰ্বাচনী কৰ্তৃপক্ষই সুৰাজাতীয় সামগ্ৰীকে ধৰি এতিয়ালৈকে ৯৫ কোটি টকাৰো অধিক নগদ টকা জব্দ কৰিছে। জম্মু-কাশ্মীৰত যোৱা শনিবাৰে অনন্তনাগ ৰাজৌৰী লোকসভা সমষ্টিৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছতে নির্বাচন প্রক্রিয়া অন্ত পৰে। নিৰ্বাচনী বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি কাশ্মীৰৰ তিনিটা সমষ্টিত পূৰ্বৰ দশকৰ অভিলেখ ভংগ কৰি এইবাৰ অভিলেখ হাৰত ভোটদান কৰে । নিৰ্বাচনত অৱতীৰ্ণ কিছুমান প্ৰাৰ্থীয়ে বিভিন্ন ধৰণে ভোটাৰক প্রলোভিত কৰাৰ চেষ্টা কৰে। নিৰ্বাচনী কৰ্তৃপক্ষই চি-ভিজিল...