November 11, 2024 8:26 PM November 11, 2024 8:26 PM

views 4

শীতকালৰ বাবে জম্মুৰ প্ৰশাসনিক খণ্ডৰ কামকাজ শ্রীনগৰৰ পৰা জম্মুলৈ স্থানান্তৰ

শীতকালৰ সময়ছোৱাত প্ৰতি বছৰৰ দৰে এইবছৰো জম্মুৰ প্ৰশাসনিক খণ্ডৰ কামসমূহ কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ ৰাজধানী শ্রীনগৰৰ পৰা জম্মুলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজিৰে পৰা জম্মুৰ অসামৰিক সচিবালয়ৰ পৰা নিজৰ কাম-কাজসমূহ আৰম্ভ কৰিছে। আকাশবাণীৰ জম্মু-কাশ্মীৰৰ সংবাদদাতাই জনোৱা মতে, ওমৰ আব্দুল্লাই আজি এই বছৰ প্ৰথমবাৰৰ বাবে জম্মুৰ অসামৰিক সচিবালয় ভ্ৰমণ কৰি মন্ত্ৰী, বিধায়ক আৰু আঞ্চলিক নেতাসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে আৰু সহযোগিতা আৰু মুক্ত যোগাযোগৰ জৰ...