August 17, 2024 5:58 PM

views 22

তিনিটা পৰ্যায়ত অহা ১৮ ছেপ্তেম্বৰৰ পৰা জম্মু-কাশ্মীৰৰ বিধানসভা নির্বাচন

জম্মু-কাশ্মীৰত বহু প্রতীক্ষিত বিধানসভা নির্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে মনোনয়নপত্ৰ দাখিল প্রক্রিয়া ২০ আগষ্টত আৰম্ভ হ'ব। আনহাতে ৪ অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। জম্মু-কাশ্মীৰ বিধানসভাত ৯০ খন আসন আছে। প্রথম পর্যায়ত ১৮ ছেপ্তেম্বৰত পুলৱামা, অনন্তনাগ, ছপিয়ান, কুলগাম, ৰামবান, কিছৱাৰ আৰু দোদা জিলাৰ ২৪ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত গান্দেবাল, শ্ৰীনগৰ, বাদগাম, পুঞ্চ, ৰিয়েছি আৰু ৰাজৌৰি জিলাৰ ২৬ খন আসনত ২৫ ছেপ্তেম্বৰত ভোট গ্রহণ কৰা হ'ব। তৃতীয় তথা অন্তিম পৰ্যায়ত এক ...