October 8, 2024 12:21 PM October 8, 2024 12:21 PM

views 5

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। হাৰিয়ানাত বিজেপি ৯০ খন আসনৰ ভিতৰত ৪৯ খনত আৰু কংগ্ৰেছ ৩৫ খনত আগবাঢ়ি আছে। জম্মু-কাশ্মীৰ বিধানসভাৰ ৯০ খন আসনৰ ভিতৰত জম্মু-কাশ্মীৰ নেচনেল কনফাৰেঞ্চে ৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। বিজেপিয়ে ২৮ খনত আৰু কংগ্ৰেছ ৮ খন আসনত আগবাঢ়ি আছে। নির্বাচন আয়োগে ভোটগণনাৰ ট্ৰেণ্ড আৰু ফলাফলসমূহ www.eci.gov.in ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগণনা সুৰক্ষিতভাৱে আৰু সুকলমে সম্পন্ন কৰিবলৈ ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি ...