August 27, 2024 8:05 PM

views 21

আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ কথা ঘোষণা জে জে পি আৰু এ এছ পি দলৰ

জননায়ক জনতা পাৰ্টী আৰু আজাদ সমাজ পাৰ্টী আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ কথা ঘোষণা কৰিছে। যুটীয়াভাৱে দিল্লীত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি জে জে পি দলৰ নেতা দুশন্ত সিং চৌতালা আৰু এ এছ পিৰ সভাপতি চন্দ্ৰশেখৰ আজাদে আজি এই কথা ঘোষণা কৰে। এই মিত্ৰজোটে হাৰিয়ানাত মুঠ ৯০ টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব য'ত ৭০ খন আসনত জেজেপিয়ে আৰু এ এছ পিত ২০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব। অহা ১ অক্টোবৰ তাৰিখে এটা পৰ্যায়ত হাৰিয়ানাত ভোটগ্রহণ অনুষ্ঠিত হ'ব আৰু ৪ অক্টোবৰ তাৰিখে জম্মু আ...