December 12, 2024 7:45 PM
11
জলজীৱন অভিযানে গ্ৰামাঞ্চলৰ মহিলাৰ সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে : প্ৰধানমন্ত্ৰী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলজীৱন অভিযানৰ প্ৰশংসা কৰি কয়, যে এই আঁচনিখনে মহিলা সৱলীকৰণত বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্রীয়ে কয়, যে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী উপলব্ধ হোৱাৰ পাছত এতিয়া মহিলাসকলে দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰীৰ পোষ্টৰ সমৰ্থনত কয়, যে ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ নল যোগে পানী যোগান ব্যৱস্থাৰ স্থায়ী সমাধানৰ ফলত এতি...