August 1, 2025 11:25 AM

views 12

দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ-ছাত্ৰীসকলক জীৱন অনুপ্ৰেৰণা আঁচনিৰ অন্তৰ্ভুক্ত

মন্ত্রীসভাই মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত ২০২১ চনৰ এক এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ-ছাত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে ১০ হাজাৰ গৰাকী গৱেষক ছাত্র-ছাত্রী উপকৃত হ'ব। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কালি এইকথা প্রকাশ কৰে। ৰাজ্যিক মন্ত্রীসভাই বঙাইগাওঁ সংমণ্ডলৰ লোক নির্মাণ বিভাগৰ সহকাৰী অভিযন্তাই যোশীতা...