April 9, 2025 6:59 PM
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীৰ জিকিৰ পৰিৱেশন
অসম গৰিয়া পৰিষদৰ উদ্যোগত আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীয়ে জিকিৰ পৰিৱেশন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে পৰিৱেশন কৰা মোৰ মনত ভেদ...