February 21, 2025 6:48 PM

views 18

আজিৰে পৰা সৰুসজাইত কেন্দ্ৰীয়ভাৱে আখৰা ঝুমইৰ বিনন্দিনীৰ

অসমৰ চাহৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ বাবে সৰুসজাইত আজিৰে পৰা কেন্দ্ৰীয়ভাৱে আখৰা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ ৯ হাজাৰৰো অধিক চাহ জনগোষ্ঠীৰ শিল্পীয়ে এই অনুষ্ঠানত ভাগ লৈছে। এই অনুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয় আৰু সৰুসজাইত প্ৰৱেশ পত্ৰ দি থকা হৈছে। আগ্রহীসকলে এই তিনিও স্থানৰ পৰা প্ৰৱেশ পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। ২৩ ফেব্ৰুৱাৰীত ঝুমুৰৰ অন্তিম আখৰা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড° হিম...

February 5, 2025 8:18 PM

views 17

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত হ’বলগীয়া ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনা বৈঠক

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি অহা ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে আজি এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গ্ৰহণ কৰিবলগীয়া ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক এই কাৰ্যসূচীৰ বিভিন্ন দিশ সন্দৰ্ভত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, পীযুষ হাজৰিকা আৰু যোগেন মহনে পর্যালোচনা কৰে। এই বৈঠকখনত ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক বিশ্ববাসীৰ সন্মুখত উন্মোচন কৰিবপৰাকৈ পৰিৱেশন বীতি, অনুষ্ঠান প্...