October 15, 2025 9:16 PM

views 26

‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্রহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক কাইলৈ সম্বৰ্ধনা

ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমইৰ বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈ দিনৰ ১১ বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত থাকিব। চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱকযুৱতীসকলক যোৱা ছেপ্তে...

February 24, 2025 7:41 PM

views 30

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ঝুমইৰ বিনন্দিনী আৰু বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পূর্বে গুৱাহাটীত উপস্থিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাচক বনিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে প্ৰধানমন্ত্ৰী মোদীক গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিপুল সম্ভাষন জনোৱা হয়। বিমান বন্দৰৰ পৰা সৰুসজাইলৈ পথৰ দুয়োক...

February 24, 2025 12:48 PM

views 23

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমইৰ বিনন্দিনী

চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা বিশ্ব পৰ্যায়লৈ নিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী আজি গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে আজি ৮ হাজাৰৰো অধিক নাচনী আৰু কলা-কুশলীয়ে ঝুমইৰ বিনন্দিনীৰ অনুষ্ঠান পৰিৱেশন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত অহা ৬১ গৰাকী ৰাষ্ট্রদূতেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰে ২২ গৰাকী ৰাষ্ট্রদূতে পৰিয়ালৰ সৈতে এই অনুষ্ঠান উপভোগ কৰিব। এই অনুষ্ঠান ৰাজ্যৰ ৮...