October 29, 2024 8:01 PM October 29, 2024 8:01 PM
10
ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি
ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। এই পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বৰ্তমানলৈকে ৬৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কাইলৈ মনোনয়ন সমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে পহিলা নৱেম্বৰ পর্যন্ত মনোনয়ন পত্রসমূহ প্ৰত্যাহাৰ কৰিব পাৰিব। ইপিনে, ৰাজ্যখনৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৬২ খন মনোনয়ন নাকচ হয়। মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ৭৪৩ গৰাকী প্ৰা...