October 29, 2024 12:04 PM October 29, 2024 12:04 PM
7
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ১৭ লাখৰো অধিক শিক্ষার্থীৰ মাক-দেউতাকলৈ পত্ৰ প্ৰেৰণ
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত নিৰ্বাচনী অধিকাৰ সাব্যস্ত কৰিবলৈ বিদ্যালয় পৰ্যায়ৰ ১৭ লাখৰো অধিক শিক্ষার্থীয়ে নিজৰ মাক-দেউতাকলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে কয় যে, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃ তথা অভিভাৱক-অভিভাৱিকাসকলে সামাজিক মাধ্যমত মাম্মী-পাপা ভোট দো হেছটেগেৰে সামাজিক মাধ্যমত এই পত্রসমূহ প্রকাশ কৰিছে। কালি বিয়লি ৫ বজাৰ পৰা ৭ বজাৰ ভিতৰত সামাজিক মাধ্যমত এই ধৰণৰ প্ৰায় ৩০ হাজাৰ পোষ্ট দেখা যায়। বিষয়াগৰাকীয়ে কয় যে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ভোট দাতাৰ ...