November 15, 2024 4:55 PM
11
ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সমাজিক মাধ্যমত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ভগৱান বীৰছা মুণ্ডা, বীৰ ছিড' কানহু, চান্দ ভৈৰৱ, টিলকা মাঝি আৰু নীলাম্বৰ-পিতম্বৰে ঝাৰণ্ডৰ ভূমিক গৌৰৱান্বিত কৰি তুলিছে। তেওঁ লগতে কয়, যে ঝাৰখণ্ড এখন প্রাকৃতিক সম্পদৰে চহকী ৰাজ্য আৰু ইয়াৰ জনসাধাৰণে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াইছে। তেওঁ কয়, যে ঝাৰখণ্ডৰ সমাজখন বিশেষকৈ জ...