February 4, 2025 8:04 PM
কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰে জেহাদী কাৰ্যকলাপৰ সন্দেহত এজনক গ্ৰেপ্তাৰ
অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত জিলাখনত অভিযান চলাই কালি নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি জেহাদী কাৰ্যকলাপ চলাই থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে...