February 4, 2025 8:04 PM February 4, 2025 8:04 PM
3
কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰে জেহাদী কাৰ্যকলাপৰ সন্দেহত এজনক গ্ৰেপ্তাৰ
অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত জিলাখনত অভিযান চলাই কালি নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি জেহাদী কাৰ্যকলাপ চলাই থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই গ্ৰেপ্তাৰ কৰা লোকজন নাছিম উদ্দিন এছ কে বুলি প্ৰকাশ কৰিছে। ধৃত নাছিম উদ্দিন জেহাদী সংগঠন আনছাৰুল্লা বাংলা আৰু জামাত উল মুজাহিদিনৰ সক্ৰিয় সদস্য বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে। লোকজনক জেৰা কৰাৰ বাবে গুৱাহাটীলৈ অনাৰ পাছত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ ...