May 26, 2025 9:12 PM
পাকিস্তানৰ চহৰ নগৰৰ পৰাই সন্ত্ৰাসবাদী সংগঠনসমূহে প্রত্যক্ষভাৱে ভাৰত বিৰোধী অভিযানত জড়িত হৈ আছেঃ ড০ এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে পাকিস্তানৰ চহৰ নগৰৰ পৰাই সন্ত্ৰাসবাদী সংগঠনসমূহে প্রত্যক্ষভাৱে ভাৰত বিৰোধী অভিযানত জড়িত হৈ আছে। তেওঁ কয়, যে পাকিস্তানত সন্ত্ৰাসবাদ হৈছ...