March 7, 2025 10:49 AM
13
১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
ৰাজ্যৰ ১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব। ২০১৩ চনৰ ৪ ছেপ্তেম্বৰৰ ভিতৰত নিযুক্তি লাভ কৰাসকলে এই সুবিধা লাভ কৰিব। অসম বিধানসভাত কালি ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ বিধেয়ক গৃহীত হোৱাৰ পাছতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰে । বিধেয়কখনৰ কেইবাটাও দফাৰ সংশোধনী প্রস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে পৌৰ নিগম নিকায়সমূহে স্বতন্ত্রভাবে কাম কৰাৰ লগতে কৰ্মচাৰীসকলক নিযুক্তি দি দৰমহা প...