October 15, 2025 9:04 PM
14
মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৪৮ সংখ্যক স্মৃতি দিৱস উদযাপন
দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৪৮ সংখ্যক স্মৃতি দিৱস আজি স্বেচ্ছাসেৱী সংগঠন ব্যতিক্ৰম গোট আৰু জয়ন্ত হাজৰিকা সৃষ্ট সুৰ বাহিনীৰ উদ্যোগত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত গুৱাহাটীস্থিত বাংলাদেশৰ উপ উচ্চায়ুক্ত জিজুল হাছান ফাহাদ, অধ্যাপক ঊষা ৰঞ্জন ভট্টাচার্য, বিশিষ্ট সংগীত শিল্পী জে পি দাস, জয়ন্ত হাজৰিকাৰ সহধর্মিনী তথা সংগীত শিল্পী মনিষা হাজৰিকা, দৈনিক যুগশঙ্খ কাকতৰ সম্পাদক বিকাশ সৰকাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট বক্তাই জয়ন্ত হাজৰিকাৰ অসামান্য সাং...