July 10, 2024 12:44 PM July 10, 2024 12:44 PM

views 33

যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই-চি-চিয়ে ভাৰতীয় বেগী বলাৰ যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা কৰিছে। যশপ্রীত বুমৰাহে সদ্যসমাপ্ত টি- ২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৮খন খেলত ১৫টা উইকেট দখল কৰিছিল। খেলুৱৈগৰাকী প্লেয়াৰ অব দ্য টুর্ণামেন্ট হিচাপেও ঘোষণা কৰা হৈছিল। আনহাতে, আই-চি-চিয়ে ভাৰতীয় মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানাক জুনৰ বাবে আই-চি -চি মাহটোৰ মহিলা খেলুৱৈ হিচাপে ঘোষণা কৰিছে। খেলুৱৈগৰাকীয়ে ইংলেণ্ডৰ মাইয়া বাউচৰ আৰু শ্ৰীলংকাৰ ৱিশ্মি গুনাৰত্...