May 3, 2025 7:25 PM

views 4

জাপানৰ নিম্ন সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰোৰ অসম ভ্ৰমণ

জাপানৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ তথা নিম্ন সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰো অসমলৈ আহিব। ফুকুছিৰোৰ সৈতে জাপানৰ সাংসদ, জাপান চৰকাৰৰ উচ্চ পৰ্যায়ৰ আমোলা বিষয়া, ব্যৱসায়ী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিকে ধৰি এটা ৫৫ জনীয়া দলে অসম ভ্ৰমণ কৰিব। আজি সন্ধিয়া দলটোৱে গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিব। বিমান বন্দৰৰ পৰা পোনে পোনে অসম বিধানসভা ভৱনলৈ আহিব। বিধানসভাত জাপানৰ প্ৰতিনিধিৰ দলটো ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অসম বিধানসভাৰ অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হ'ব। জাপানৰ এই প্ৰতিনিধি দলটোৰ সন্মানার্থে বিধানসভাৰ চৌহদতে সাং...