February 7, 2025 10:59 AM
জাপানৰ প্রতিনিধি দলৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ ইতিবাচক বার্তা কঢ়িয়াই কালি জাপানৰ এটা প্রতিনিধি দল অসমত উপস্থিত হয়। ৫১জনীয়া দলটোৱে জাগীৰোডত নিৰ্মাণ কাৰ্য চ...