February 7, 2025 10:59 AM

views 13

জাপানৰ প্রতিনিধি দলৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ ইতিবাচক বার্তা কঢ়িয়াই কালি জাপানৰ এটা প্রতিনিধি দল অসমত উপস্থিত হয়। ৫১জনীয়া দলটোৱে জাগীৰোডত নিৰ্মাণ কাৰ্য চলি থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন বিশেষ বৈঠকতো অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোত ভূটান আৰু ভাৰতৰ যুটীয়া ৰাষ্ট্ৰদূত কেইচি অ'ন' তথা বাংলাদেশস্থিত জাপানৰ ৰাষ্ট্রদূত টাকাহাছি নাউকীৰ উপৰি কেইবাটাও প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়ববীয়া অন্যতম আছিল। প্ৰকল্পটো পৰিদৰ্শনৰ অ...