March 20, 2025 8:09 PM
18
চলিত বৰ্ষৰ জানুৱাৰীত কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত ১৭ লাখ ৮৯ হাজাৰ নতুন সদস্য অন্তর্ভুক্ত
চলিত বৰ্ষৰ জানুৱাৰীত কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত ১৭ লাখ ৮৯ হাজাৰ নতুন সদস্য অন্তর্ভুক্ত হৈছে। ২০২৪ বৰ্ষৰ ডিচেম্বৰৰ তুলনাত সদস্য সংখ্যা ১১ দশমিক ৪-৮ শতাংশ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্রকাশ মতে নিয়োগৰ সুযোগ বৃদ্ধি, কৰ্মচাৰীৰ লাভালাভ সন্দৰ্ভত সজাগতা বৃদ্ধি আৰু কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই লোৱা পদক্ষেপৰ বাবেই সদস্য সংখ্যা বৃদ্ধি পাইছে। ১৮ৰ পৰা ২৫ বছৰ বয়সৰ ৪ লাখ ৭০ হাজাৰ নতুন সদস্যৰ পেৰোল তথ্যত আলোকপাত কৰা হৈছে। এই সময়ছোৱাত দুই লাখ ১৭ হাজাৰ নতুন মহিলা সদস্য অন্তৰ্ভুক্ত হোৱ...