January 21, 2025 11:01 AM

views 29

ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী জনমন কাৰ্যসূচী সন্দৰ্ভত জিলা ন্যায়াধীশৰ ৰাষ্ট্ৰীয় সন্মিলন

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী জনমন কাৰ্যসূচী সন্দৰ্ভত জিলা ন্যায়াধীশসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী দুর্গা দাস উইকেও এই সন্মিলনত ভাগ ল'ব। এই সন্মিলনত প্রধানমন্ত্রী জনমন অভিযানৰ অধীনত গ্ৰামাঞ্চলৰ গৃহ আৰু পথ উন্নয়ন, বিদ্যালয়সমূহৰ ছাত্ৰাৱাস, খোৱাপানী, অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাম-কাজৰ লগতে বহুমুখী কেন্দ্ৰসমূহৰ কাৰ্যকৰিতা- এই ছটা মূল বিষয়ক লৈ আলোচনা কৰা হ'ব। ...