August 6, 2024 1:23 PM August 6, 2024 1:23 PM
19
দিছপুৰৰ জনতাভৱনত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত কালি দিছপুৰৰ জনতাভৱনত বিজেপিৰ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে হোৱা বৈঠকখনত মুখ্যমন্ত্ৰীয়ে বিৰোধীক প্ৰত্যাহ্বান জনোৱা আৰু জনসমর্থন বৃদ্ধি কৰাৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰে। তেওঁ সকলো বিধায়কক ঐক্যবদ্ধভাৱে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কাম সুচাৰুৰূপে ৰূপায়ণ হোৱাত দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তদুপৰি পাঁচটা সমষ্টিৰ হ'বলগীয়া উপ-নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচন, বি টি আৰৰ নিৰ্বাচন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচন...