February 10, 2025 8:35 PM

views 25

দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে

দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। লোকসভাত এটা লিখিত উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে এই একাউণ্টৰ ভিতৰত ৩০ কোটিৰো অধিক মহিলা অর্থাৎ ৫৫ শতাংশ মহিলাই অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে বেংক একাউণ্ট থকা দেশৰ প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী লোকক ইয়াৰ অধীনত সামৰি লোৱাৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশত ২২ কোটিৰো অধিক লোক প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু ৪৯ কোটি লোকে প্রধানমন্ত্ৰী সুৰক্...