June 24, 2024 12:24 PM June 24, 2024 12:24 PM

views 8

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ চহৰক বিশ্ব শিল্প চহৰ হিচাপে বিশ্ব শিল্প পৰিষদৰ স্বীকৃতি

বিশ্ব শিল্প পৰিষদে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ চহৰখনক বিশ্ব শিল্প চহৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্রদান কৰিছে। এই সন্মানীয় স্বীকৃতিৰ দ্বাৰা চহৰখনৰ চহকী ঐতিহ্য আৰু কলা-কুশলীসকলৰ ব্যতিক্রমী দক্ষতাক স্বীকৃতি প্ৰদান কৰা হৈছে। জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই এই উল্লেখযোগ্য সাফল্যৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইয়াক কলা-কুশলীসকলৰ ব্যক্তিক্রমী দক্ষতা তথা তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি বুলি মন্তব্য কৰিছে। তেওঁ কয় যে, এই স্বীকৃতিয়ে কলা-কুশলীসকলৰ একাগ্ৰতা তথা শ্রীনগৰৰ চহকী সংস্কৃতিত আলোকপাত কৰাৰ ক্...