October 16, 2024 5:58 PM

views 38

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাৰ শপতগ্রহণ

নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই আজি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত উপ-ৰাজ্যপাল মনোজ সিনহাই শ্ৰী আব্দুল্লা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰায়। আজিৰ শপতগ্রহণ অনুষ্ঠানত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ সভাপিত অখিলেশ যাদৱ আৰু আই এন ডি আই মিত্ৰজোঁটৰ আন কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে, নেচনেল কনফাৰেন্স দলে ১০ বছৰৰ ব্...