October 21, 2024 7:36 PM

views 29

জম্মু-কাশ্মীৰৰ গান্দেৰৱাল জিলাত উগ্ৰপন্থীৰ আক্ৰমণত এজন কাশ্মীৰী চিকিৎসক, ৬জন শ্রমিকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ গান্দেৰৱাল জিলাৰ গগনগীৰ অঞ্চলত এজন কাশ্মীৰী চিকিৎসকসহ ৬জন শ্রমিকৰ উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু হয়। ছ'নমাৰ্গ অঞ্চলত জেড-ম'ৰ সুৰংগৰ নিৰ্মাণ স্থলীত দুটা উগ্ৰপন্থীয়ে এই ঘটনা সংঘটিত কৰে। বাডগাম জিলাৰ নাইডগাম গাঁৱৰ বাসিন্দা ডাঃ ছাহনৱাজৰো কৰ্মৰত অৱস্থাত মৃত্যু হয়। যোৱা তিনিদিনত এইটো হৈছে দ্বিতীয়টো উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা য'ত শ্ৰমিকসকলক লক্ষ্য কৰি লোৱা হৈছে। যোৱা শুক্ৰবাৰে দক্ষিণ কাশ্মীৰৰ ছ’পিয়ান জিলাত উগ্ৰপন্থীয়ে বিহাৰৰ এজন শ্ৰমিকক হত্যা কৰিছিল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মধ্য ...