May 8, 2025 10:38 AM

views 25

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখা আৰু জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাসিন্দাক নিৰাপদ অঞ্চললৈ স্থানান্তৰ

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণৰেখা আৰু জম্মু অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শ শ বাসিন্দাক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। পাকিস্তানৰ আক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি, কালি পাকিস্তানী সেনাই জম্মু অঞ্চলৰ পুঞ্চ আৰু ৰাজৌৰীত তোপ আৰু মৰ্টাৰেৰে কৰা আক্ৰমণত শিশু আৰু দুগৰাকী মহিলাকে ধৰি ১২ জন লোক নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক আহত হয়। ২২ এপ্রিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তান আ...