August 27, 2024 11:13 AM

views 13

জম্মু-কাশ্মীৰৰ বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছৰ ৯গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে জম্মু কাশ্মীৰৰ বিধানসভাৰ আসন্ন নির্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত এখন তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি কংগ্ৰেছে ড'ৰু বিধানসভা সমষ্টিত দলৰ নেতা গুলাম মহম্মদ মিৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে দ'দা সমষ্টিত শ্বেইখ ৰিয়াজক প্রার্থিত্ব প্ৰদান কৰিছে। একেদৰে দ'দা পশ্চিম বিধানসভা সমষ্টিত প্রদীপ কুমাৰ ভগতক প্রার্থিত্ব প্ৰদান কৰা হৈছে।