September 9, 2024 11:36 AM September 9, 2024 11:36 AM

views 11

জম্মু-কাশ্মীৰত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ এই মাহৰ ১৮ আৰু ২৫ তাৰিখৰ উপৰি ১ অক্টোবৰত ৰাজ্যখনত তিনিটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি ৰামবন জিলাৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলে ৩৭০ অনুচ্ছেদ পুনৰ ঘূৰাই অনাৰ বাবে জনোৱা দাবীক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি ক্ষমতাত থকালৈকে ৩৭০ অনুচ্ছেদ কোনো কাৰণতে পুনৰ প্ৰৱৰ্তন কৰা নহ'ব। তেওঁ লগতে কয় যে জম্মু কাশ্মীৰত এতিয়া ...

August 26, 2024 11:11 AM August 26, 2024 11:11 AM

views 19

জম্মু-কাশ্মীৰৰ আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠক

জম্মু-কাশ্মীৰত হ'বলগীয়া আসন্ন নির্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ স্থানীয় নেতাসকলে কেন্দ্রীয়শাসিত অঞ্চলটোত ৮খন জনসমাৱেশত অংশগ্ৰহণ কৰিব। জন্ম-কাশ্মীৰৰ নিৰ্বাচনৰ দায়িত্বত থকা দলটোৰ নেতা ৰাম মাধৱ আৰু জি কিষাণ ৰেড্ডী আজি অঞ্চলটোত উপস্থিত হ'ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত অহা ১৮, ২৫ ছেপ্তেম্বৰ তথা পহিলা অক্টোবৰত তিনিটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। ৪ অক্টোবৰত ভোটগণনা কৰা হ'ব। জন্ম-কাশ্মীৰ বিধানসভাৰ ৪০ৰ পৰা ৫০ খন আসনৰ তালিকা আজি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে নিৰ্বাচন...