March 23, 2025 8:09 PM

views 91

গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আৰম্ভ

গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আজি আৰম্ভ হয়। হিন্দন বিমান বন্দৰৰ পৰা জম্মুলৈ পুৱা ৯-৩০ বজাত প্ৰথমখন বিমানে উৰণ আৰম্ভ কৰে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে এতিয়া এন চি আৰৰ পৰা বৈষ্ণুদেৱী মন্দিৰলৈ যোৱাটো সহজ হৈ উঠিব। এতিয়াৰে পৰা জম্মুত উপস্থিত হোৱাৰ বাবে যাত্ৰীসকলে দিল্লী বিমান বন্দৰত যোৱাৰ প্ৰয়োজন নহ'ব। যাত্ৰীসকলে এন চি আৰৰ পৰা বিমানযাত্ৰাৰ অন্য এটা বিকল্প লাভ কৰিলে। জম্মুৰ পৰা হিন্দনলৈ অহা বিমানে দুপৰীয়া এক বজাত উৰণ আৰম্ভ কৰি দিনৰ আঢ়ৈ বজাত ...