September 30, 2024 11:40 AM September 30, 2024 11:40 AM

views 5

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এনড্রিউ হলনেছৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এনড্রিউ হলনেছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ তথা আৰু জামাইকাৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ ভাৰতলৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জামাইকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন বহুপাক্ষিক বৈঠকৰ সুযোগত কেইবাবাৰো মিলিত হৈছিল। এই ভ্ৰমণৰ সময়ত ড° হলনেছে প্রধানমন্ত্রী মোদীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব। এই ভ্রমণে ড° হলনেছক ভাৰতৰ অন্যান্য বিশিষ...