September 28, 2024 11:15 AM

views 23

আজি বিশ্ব জলাতংক ৰোগ দিৱস

আজি বিশ্ব জলাতংক ৰোগ দিৱস। মাৰাত্মক ৰোগবিধ প্ৰতিবোধ তথা ২০৩০ চনৰ ভিতৰত নিৰ্মূল কৰিবলৈ সকলোকে এই ক্ষেত্ৰত সজাগ হ'বলৈ ৰাষ্ট্ৰ স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। লগতে জন্তুৱে কামুৰিলে চাবোন আৰু পানীৰে ঘাডোখৰ পৰিষ্কাৰ কৰি ধোৱা, এণ্টিচেণ্টিক লগোৱা, পোহনীয়া কুকুৰক জলাতংকৰ প্ৰতিষেধক দিয়াৰ লগতে জন্তুৱে চেলেকা বা আঁচোৰা উপেক্ষা নকৰিবলৈ, ঘা বান্ধি নাৰাখিবলৈ তথা আনুষংগিক সতর্কীকৰণসমূহ মানি চলিবলৈকো আহ্বান জনোৱা হৈছে। তদুপৰি স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে ১০৪ আৰু এম্বুলেন্স সেৱাৰ বাবে ১০৮ ডায়েল কৰি...