July 15, 2024 6:25 PM July 15, 2024 6:25 PM
11
মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ ৪টা প্ৰকল্প ৰূপায়ণত ভাৰতৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছে। এই সম্পর্ক বিগত বছৰসমূহত অধিক সুদৃঢ় হৈ পৰিছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ চাৰিটা প্ৰকল্প ৰূপায়ণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত এটা বাৰ্তাত ড০ জয়শংকৰে প্রশান্ত মহাসাগৰৰ এই দ্বীপপুঞ্জ ক্ষুদ্র নহয় বৰং বৃহৎ সামুদ্রিক দেশ বুলি মন্তব্য কৰে। তেওঁ কয় যে, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰৰ দ্বীপসমূহৰ প্ৰতি ...