October 31, 2025 1:46 PM

views 30

জার্মান ঐক্য দিৱস উদযাপনত বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কয়, যে বর্তমান বিশ্ব পৰিক্ৰমাত কৌশলগত অনিশ্চয়তা আৰু অৰ্থনৈতিক অস্থিৰতা দুয়োটা বৃদ্ধি পাইছে। জার্মান ঐক্য দিৱস উদযাপনৰ সময়ত দিয়া ভাষণত ড° জয়শংকৰে উল্লেখ কৰে যে, বিশ্ব শৃংখলা সুস্থিৰ কৰি ৰখা আৰু শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰসাৰৰ বাবে ভাৰত আৰু জাৰ্মানীৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। শ্ৰীজয়শংকৰে পহলগাম সন্ত্রাসবাদী আক্রমণৰ পাছত জাৰ্মানীৰ স্পষ্ট স্থিতিৰ শলাগ লয়। তেওঁ লগতে কয়, যে তেওঁৰ জাৰ্মান সমকক্ষ জোহান ৱাডেফুলে সন্ত্রাসবাদৰ বিৰুদ্ধে নিজকে ৰক্ষ...