January 2, 2025 6:32 PM
গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল জলমগ্ন
গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত আজি পুৱা পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হয়। বহু সময় ধৰি অঞ্চলটোৰে যাতায়াত ব্যাহত হ...