January 2, 2025 6:32 PM January 2, 2025 6:32 PM
6
গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল জলমগ্ন
গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত আজি পুৱা পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হয়। বহু সময় ধৰি অঞ্চলটোৰে যাতায়াত ব্যাহত হয়। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি খাৰঘূলিত উপস্থিত হৈ এই ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ স্থানীয় ৰাইজ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ভৱিষ্যত কাৰ্যপন্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে এই ঘটনাৰ অনুসন্ধান ...