November 3, 2025 9:49 PM

views 54

জাগীৰোডত নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৮০ শতাংশ কাম সম্পূৰ্ণঃ জিলা আয়ুক্ত

জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছিল । আজি জিলাখনৰ আয়ুক্তগৰাকীয়ে প্ৰকল্পটোৰ কাম-কাজৰ দায়িত্বত থকা লোকসকলৰ সৈতে আলোচনাত মিলিত হয়। এই প্ৰকল্পটোত প্রতিদিনে ৪ কোটি ৮০ লাখ চিপ্ উৎপাদন কৰাৰ লগতে ২৭ হাজাৰৰো অধিক কর্মসংস্থাপন সৃষ্টি কৰা হ'ব বুলি আ...