August 17, 2024 6:59 PM

views 25

অহা ডিচেম্বৰ মাহত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমূহ প্ৰাক্তন আবাসীৰ কাৰণে প্রাক্তন আবাসী সন্মিলনৰ আয়োজন

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমূহ প্ৰাক্তন আবাসীৰ কাৰণে অহা ডিচেম্বৰ মাহত প্রাক্তন আবাসী সন্মিলনৰ আয়োজন কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সন্মিলনখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰাক্তন আবাসী তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাক সভাপতি হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে। উল্লেখযোগ্য যে ১৯৩০ চনত স্থাপিত আৰু সম্প্ৰতি বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰা উজনি অসমৰ পুৰণি শিক্ষানুষ্ঠানখনৰ ১৯৫৪ চনত ছাত্ৰাবাস স্থাপন হৈছিল। প্ৰাক্তন আবাসী সন্মিলনৰ বাবে ১৯৫৪ চনৰ পৰা ...