May 29, 2025 9:04 PM

views 27

ভাষাৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বত অনন্য আৰু ভাৰতৰ ভাষা-সাহিত্য জ্ঞানৰ সোণৰ খনিঃ উপ-ৰাষ্ট্ৰপতি

ভাষাৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বত অনন্য আৰু ভাৰতৰ ভাষা-সাহিত্য জ্ঞানৰ সোণৰ খনি বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত ভাৰতীয় পৰিসংখ্যা সেৱাৰ পৰীক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰি উপৰাষ্ট্ৰপতি শ্ৰী ধনখড়ে কয়, যে ভাৰতৰ সৰ্বাংগীন ছবিখন ইয়াৰ ভাষাসমূহত জৰিয়তে প্ৰতিফলিত হৈছে আৰু ই দেশৰ মেৰুদণ্ড শক্তিশালী কৰিছে। তেওঁ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষাক অগ্ৰাধিকাৰ দিয়া বুলিও প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বর্তমান আঞ্চলিক ভাষাত শিক্ষা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ আনকি চিকিৎসা আৰু...

May 26, 2025 8:51 PM

views 31

সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছেঃ জগদীপ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। সমগ্র দেশে আজি আমাৰ সশস্ত্র বাহিনীৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে। মধ্য প্ৰদেশৰ নৰসিংপুৰত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষি উদ্যোগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অপাৰেশ্বন সিন্দূৰৰ জৰিয়তে সন্ত্রাসবাদীক দিয়া শিক্ষাই সমগ্র দেশবাসীক আশ্বস্ত কৰিছে। সমগ্ৰ বিশ্বকে নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে এটা স্পষ্ট বার্তা দিলে বুলিও উপৰাষ্...

February 28, 2025 12:48 PM

views 13

এদিনীয়া ভ্ৰমণসূচীৰে জগদীপ ধনখড় আজি পশ্চিমবংগলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি পশ্চিমবংগলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে বীৰভূম জিলাত থকা পৱিত্ৰ শক্তিপীঠ-তাৰাপীঠ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচার্য শ্ৰীলা ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামী প্রভুপাদৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।