October 8, 2024 12:07 PM

views 42

জবলপুৰত আজিৰে পৰা পঞ্চায়ত সম্প্ৰসাৰণ আইন বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয় আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া উদ্যোগত জবলপুৰত আজিৰে পৰা বন অধিকাৰ আইন আৰু অনুসূচীত লোকৰ প্ৰাধান্য থকা অঞ্চললৈ পঞ্চায়ত সম্প্ৰসাৰণ আইন বিষয়ক প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হ'ব। দুয়োটা মন্ত্ৰ্যালয়ে ইয়াৰ জৰিয়তে জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ সামৰ্থ বৃদ্ধি আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ অনুসূচীত লোকৰ প্ৰাধান্য থকা অঞ্চললৈ পঞ্চায়ত সম্প্ৰসাৰণ আইনৰ অধীনত সামৰি গ্রাম সভাসমূহক শক্তিশালী কৰাৰ লগতে বন অধিকাৰ আইনৰ...