January 29, 2025 1:11 PM January 29, 2025 1:11 PM
7
জি পি সিঙক আনুষ্ঠানিকভাৱে ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ বিদায় সম্ভাষণ
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্রধান জি পি সিঙক কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে কালি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। শ্রী আচার্যই সঞ্চালকপ্ৰধানগৰাকীক নতুন দায়িত্ব নিৰ্বাহৰ পূৰ্বে অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে ৰাজভৱনত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাইও আজি শ্ৰী সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি বিদায় সম্ভাষণ জনায়। মুখ্যমন্ত্ৰীয়ে তেওঁক ভৱিষ্যত কৰ্মজীৱন...