July 7, 2025 8:24 PM
দেশে সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাত সফল হৈছে বুলি জে পি নাড্ডাৰ প্ৰকাশ
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কৈছে যে দেশে বর্তমান সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাৰ উদ্দেশ্যৰ লক্ষ্য প্রাপ্তিৰ দিশে সুন্দৰভাৱে আগবাঢ়িবল...