June 8, 2025 12:41 PM
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিত্তিহীন কথা ক’বলৈ লৈছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অভিযোগ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিত্তিহীন কথা ক'বলৈ লৈছে বুলি অভিযোগ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী নাড্ডা...