June 9, 2025 6:54 PM
মোডী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত নতুন দিল্লীত মন্ত্ৰী জে পি নাড্ডাৰ সংবাদমেল
বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে প্ৰদৰ্শনৰ ৰাজনীতি আনি দায়িত্বশীল আৰু সঁহাৰিজনক চৰকাৰ উপহাৰ দি দেশৰ ৰাজনৈতিক সংস্কৃতি সলনি কৰিছ...