December 14, 2025 12:03 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জগত প্রকাশ নাড্ডা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছে। বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই কালি ছিমলাত এই কথা প্ৰকাশ কৰে। হিমাচল প্ৰদেশৰ ছিমলাত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয়, যে সমগ্ৰ দেশতে নিৰ্মাণ কৰা বিজেপিৰ কাৰ্যালয়সমূহ কেৱল এটা কাৰ্যালয় গৃহ নহয়, বৰং ই নীতি আদৰ্শ, জনসাধাৰণৰ বাবে সেৱা আদিৰো কেন্দ্ৰস্থল হৈ পৰিছে। তেওঁ কয়, যে বিজেপি হৈছে এ...

June 9, 2025 6:54 PM

views 21

মোডী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত নতুন দিল্লীত মন্ত্ৰী জে পি নাড্ডাৰ সংবাদমেল

বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে প্ৰদৰ্শনৰ ৰাজনীতি আনি দায়িত্বশীল আৰু সঁহাৰিজনক চৰকাৰ উপহাৰ দি দেশৰ ৰাজনৈতিক সংস্কৃতি সলনি কৰিছে। মোডী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি শ্ৰী নাড্ডাই কয় যে এই চৰকাৰে দেশৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰিছে। শ্ৰী নাড্ডাই কেন্দ্ৰৰ এন ডি এ চৰকাৰক সাহসী সিদ্ধান্ত লোৱা এখন ফলপ্রসূ চৰকাৰ বুলি অভিহিত কৰে। তেওঁ কয় ই এখন জননেতৃত্বাধীন চৰকাৰ আৰু ই স্বচ্ছতাৰ এক নতুন মানদণ্ড নিৰ্ধাৰণ ক...

May 31, 2025 8:00 PM

views 21

জয়পুৰত বিজেপিৰ কাৰ্যকৰ্তাক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ ভাষণ

অপাৰেচন সিন্দূৰে এই কথা প্ৰমাণ কৰিছে যে, যদি কোনোবাই ভাৰতৰ প্ৰতি কু-দৃষ্টি নিক্ষেপ কৰে তেন্তে ভাৰতে সেই শত্ৰুক যথাযোগ্য প্ৰত্যুত্তৰ দিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি জয়পুৰত বিজেপিৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। অপাৰেচন সিন্দূৰৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ উচিত প্ৰত্যুত্তৰ বাবে পাকিস্তানে চাৰি দিনতে আত্মসমৰ্পণ কৰিবলগীয়া হ'ল। সেনাবাহিনীয়ে মাত্র ২২ মিনিটত ৯ টা সন্ত্ৰাসবাদীৰ ঘাটি ধংস কৰে। শ্ৰী নাড্ডাই কয়, যে এই পদক্ষেপে সেন...

May 9, 2025 9:10 PM

views 18

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্রুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই আজি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সন্ধিয়া একেধৰণৰ আন এখন বৈঠকত অধ্যক্ষতা কৰি বেংক আৰু ব...