October 30, 2025 12:55 PM

views 31

ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি জি কিষাণ ৰেড্ডীৰ

কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কালি নতুন দিল্লীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে বাণিজ্যিক কয়লা খনি চতুর্দশ পর্যায় মুকলি কৰে। এই উপলক্ষে শ্রীৰেড্ডীয়ে কয়, যে ব্যবসায় সুগম কৰি তোলা, বিভিন্ন ক্ষেত্ৰৰ বাবে বিনিয়োগ আকৰ্ষণ কৰা আৰু উদ্যোগ জগতৰ ব্যাপক অংশগ্রহণত উদগণি যোগোৱাই এই নিলামৰ মূল উদ্দেশ্য। মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰথমবাৰৰ বাবে কয়লা আৰু খনি মন্ত্রালয়ে নিলামৰ পৰিকাঠামোৰ অধীনত ভূমিগত কয়লা গেছীয়কৰণৰ ব্যৱস্থা কৰিছে। শ্রীৰেড্ডীয়ে কয়, যে ১৪টা ৰাউণ্ডত মুঠ ৪১টা কয়লা খনিৰ প্ৰস্তাৱ দিয়া হৈছে, ইয়াৰে ২১টা খ...

July 11, 2025 8:47 PM

views 26

ৰাজভাষা – দক্ষিণ সম্বাদৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত জি কিষাণ ৰেড্ডীৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত ৰাজভাষা – দক্ষিণ সম্বাদৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিয়ে। বালায়োগী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীত ভাষণ দি শ্ৰীৰেড্ডীয়ে সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত ভাষাৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ হিন্দীক ভাৰতৰ ভাষাৰ বৈচিত্র্যতাক একত্ৰিত কৰা যোগসূত্ৰ হিচাপে অভিহিত কৰে। চৰকাৰী ভাষা বিভাগৰ প্ৰচেষ্টাক প্ৰশংসা কৰি তেওঁ কয় যে চীন, জাপান, ইজৰাইলৰ দৰে ৰাষ্ট্ৰইও নিজ মাতৃভাষাক অগ্ৰাধিকাৰ দিয়ে। জা...

July 7, 2025 8:27 PM

views 22

দেশৰ খনন খণ্ডটোৰ বিকাশ, জনকল্যান আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কৈছে, যে দেশৰ খনন খণ্ডটোক বিকাশ, জনকল্যান আৰু পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে। আজি জয়পুৰত দেশৰ বিভিন্ন প্ৰান্তৰ সপ্ত তাৰকা আৰু পঞ্চ তাৰকাপ্ৰাপ্ত খনিসমূহৰ বাবে আয়োজন কৰা এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত শ্ৰীৰেড্ডীয়ে এইকথা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহে কয়লা খনিত কাৰ্যৰত শ্ৰমিকসকল আৰু কয়লা খনিৰ আশে পাশে বাস কৰা লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে লগতে ...

June 17, 2024 12:27 PM

views 20

কেন্দ্রীয় কয়লা আৰু খনি, ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

কেন্দ্রীয় কয়লা আৰু খনি, ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যৰ সমৃদ্ধিশালী খনিজাত সম্পদৰ উপযুক্ত ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰীৰ বৈঠকত ৰাজ্যত অব্যহাৰিত হৈ থকা খনিজাত সম্পদৰ ব্যৱহাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জি কিষাণ ৰেড্ডীক উত্তৰ-পূব মন্ত্ৰ্যালয়ৰ দায়িত্ব লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।